ফ্ৰেন্স অ’পেনত আকৌ জিলিকিল জোকোভিচ

স্পৰ্টছ ডেস্ক, এন ই ভাৰত

ন’ভাক জোকোভিচ ফ্ৰেন্স অ’পেন টেনিছ চেম্পিয়ন। ৰ’লাণ্ড গেৰ’ছত অনুস্থিত ফাইনেলত চাৰ্বিয়াৰ ন’ভাক জোকোভিচে ৬-৭(৬-৮), ২-৬, ৬-৩, ৬-২, ৬-৪ চেটৰ ব্যৱধানত গ্ৰীচৰ ষ্টেফান’চ চেৎচিপাছক পৰাভূত কৰি ফ্ৰেন্স অ’পেন পুৰুষৰ একক খিতাপ দখল কৰে।

উল্লেখ্য যে, ন’ভাক জোকোভিচে দ্বিতীয় বাৰৰ বাবে ফ্ৰেন্স অ’পেন পুৰুষৰ একক খিতাপ লাভ কৰে। চেম্পিয়ন খেলুৱৈ গৰাকীৰ এয়া ১৯ সংখ্যক গ্ৰেণ্ড শ্লেম খিতাপ।।

You might also like
Leave A Reply

Your email address will not be published.