বাৰব’ৰাৰ শিৰত গ্ৰেণ্ডশ্লেম খিতাপ

স্পৰ্টছ ডেস্ক,এন ই ভাৰত

বাৰব’ৰা ক্ৰেজচিক’ভা ফ্ৰেন্স অ’পেনৰ নতুন চেম্পিয়ন।

চেক গণৰাজ্যৰ বাৰব’ৰা ক্ৰেজচিক’ভাৰ ফ্ৰেন্স অ’পেনৰ মহিলা শাখাৰ একক খিতাপ অৰ্জন। ২৫ বছৰীয়া বাৰব’ৰাই অপ্ৰত্যাশিতভাৱে ফাইনেলত ৬-১, ২-৬, ৬-৪ চেটত ৰাচিয়াৰ আনাষ্টাচিয়া পাব্লুচেনকোভাক পৰাস্ত কৰে। উল্লেখ্য যে, বাৰব’ৰা ক্ৰেচিক’ভাৰ এয়া প্ৰথম একক গ্ৰেণ্ড শ্লেম খিতাপ অৰ্জন।।

You might also like
Leave A Reply

Your email address will not be published.