বিবিচিৰ কাৰ্যালয়ত তালাচী অভিযান!

বিবিচিৰ কাৰ্যালয়ত তালাচী অভিযান!

নেচনেল ডেস্ক:

বিবিচিৰ কাৰ্যালয়ত তালাচী অভিযান। তালাচী অভিযান চলালে কৰ বিভাগে। মঙলবাৰে পুৱা কৰ বিভাগে দিল্লী আৰু মুম্বাইৰ বিবিচিৰ কাৰ্যালয়ত চলায় এই অভিযান। অভিযানকালত কৰ্মচাৰীসকলৰ মোবাইল ফোন জব্দ কৰাৰ লগতে বহু কৰ্মচাৰীক ঘৰলৈ যাবলৈ কোৱা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিতৰ্কিত বিবিচিৰ তথ্যচিত্ৰক লৈ এই অভিযান চলোৱাৰ অনুমান একাংশৰ।।

You might also like
Leave A Reply

Your email address will not be published.