ভাৰত চৰকাৰৰ নজৰত আছিল সমুজ্জ্বল-অনুপ!

নিউজ ডেস্ক-

ৰাজ্যৰ বাবে চাঞ্চল্যকৰ খবৰ!
দেশ কঁপোৱা পেগাছাছ বিতৰ্কত সাঙোৰ খাইছে আছুৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াৰ নাম।পেগাছাছৰ নিৰীক্ষণত ভাৰত চৰকাৰে নজৰত ৰাখিছিল দুয়োগৰাকী অসমৰ নেতাক।পেগাছাছৰ নিৰীক্ষণাধীন লোকসকলৰ তালিকা ফাদিল হোৱাৰ পাছতেই ওলাইছে এই চাঞ্চল্যকৰ তথ্য। ‘কা’ আন্দোলনৰ বাবেই দুয়োগৰাকী নেতাৰ ওপৰত ভাৰত চৰকাৰে নজৰ ৰখাৰ সন্দেহ। পেগাছাছৰ নিৰীক্ষণাধীন লোকসকলৰ তালিকাত আছে দিল্লীবাসী মনিপুৰী লেখক মালেম নিংথৌজাৰো নাম।।

You might also like
Leave A Reply

Your email address will not be published.