হিমাচল প্ৰদেশত পুনৰ সংঘটিত হৈছে ভূমিস্খলন। জানিব পৰা মতে, চিমলাৰ ওচৰৰ থিওগৰ সমীপত সংঘটিত হৈছে এই ভূমিস্খলন। ভূমিস্খলনৰ ফলত ৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। বৰ্তমানে পুনৰুদ্ধাৰৰ কাম পূৰ্ণগতিত অব্যাহত আছে ।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
ভূমিস্খলনত ৰুদ্ধ ৰাষ্ট্ৰীয় ঘাইপথ
You might also like