ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত অব্যাহত আছে ক’ভিডৰ গণসংক্ৰমণ । সোমবাৰৰ দিনটোত ক’ভিডত আক্ৰান্ত হৈছে ১৯২ গৰাকী লোক । বিগত ২৪ ঘন্টাত ৫ গৰাকী আক্ৰান্তৰ মৃত্যু হৈছে । মুঠ আক্ৰান্তৰ ৮৬ গৰাকী ব্যক্তি কামৰূপ মহানগৰ জিলাৰ। বিগত দিনটোত আক্ৰান্তৰ হাৰ ০.৪৯% ।

আনহাতে বিগত ২৪ ঘন্টাত দেশত আক্ৰান্ত হৈছে ৪,৪৮৮ গৰাকী । আনহাতে মৃত্যু ২৪৯ গৰাকী ব্যক্তিৰ ।
You might also like
Leave A Reply

Your email address will not be published.