মহানগৰীত দিন দুপৰতে চাঞ্চল্যকৰ কাণ্ড

মহানগৰীত দিন দুপৰতে চাঞ্চল্যকৰ চুৰিকাণ্ড। চানমাৰীত পাৰ্ক কৰি থোৱা বাহনৰ পৰা নগদ ২৫ হেজাৰ টকা লৈ উধাও চোৰ। গাড়ীৰ খিৰিকিৰ গ্লাছ ভাঙি চোৰে লৈ গ’ল ধন। চুৰিকাণ্ড সংঘটিত হোৱা AS 01 DQ 7333 নম্বৰৰ বাহনখনৰ গৰাকীৰ নাম প্ৰদীপ দাস।চানমাৰি থানাৰ নিচেই কাষতে দিন দুপৰতে সংঘটিত এই কাণ্ডই মহানগৰবাসীৰ নিৰাপত্তাৰ ফোঁপোলা স্বৰূপটোকে পুনৰ উদঙাই দিলে।।

You might also like
Leave A Reply

Your email address will not be published.