মহানগৰীত পুনৰ মৃতদেহ উদ্ধাৰ। হেঙেৰাবাৰীৰ সাৰথি পথত উদ্ধাৰ দীপাংকৰ শইকীয়া নামৰ এজন যুবকৰ মৃতদেহ। কোঠাৰ ভিতৰত গলিত অবস্থাত উদ্ধাৰ মৃতদেহটো। প্ৰাথমিক তদন্তত আত্মহত্যাৰ ঘটনা বুলি সন্দেহ আৰক্ষীৰ। মহানগৰীৰ এখন পাৰ্লাৰত কৰ্মৰত যুবকজনৰ ঘৰ লখিমপুৰত।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.