মুম্বাই বিমানবন্দৰৰ শুল্ক বিভাগৰ বৃহৎ সফল অভিযান।

নেচনেল ডেস্ক:

মুম্বাই বিমানবন্দৰৰ শুল্ক বিভাগৰ বৃহৎ সফল অভিযান। অভিযানত মাস্কটৰ পৰা অহা এজন ভাৰতীয় নাগৰিকৰ পৰা জব্দ কৰে বৃহৎ পৰিমানৰ সোণ। বিমান যাত্ৰীজনৰ পৰা ৪.২ কিলোগ্ৰামতকৈও অধিক সোণ জব্দ কৰে শুল্ক বিভাগে। সোণ খিনিৰ বজাৰ মূল্য প্ৰায় ২.২৮ কোটি টকা। জানিব পৰা মতে যাত্ৰীগৰাকীয়ে পিন্ধা পোচাক, অন্তৰ্বাসৰ ভিতৰত কৌশলেৰে চিলাই কৰা পকেটত লুকুৱাই আনিছিল সোণখিনি। বিষয়টো সন্দৰ্ভত তদন্ত অব্যাহত আছে শুল্ক বিভাগৰ।।

You might also like
Leave A Reply

Your email address will not be published.