কাৰ্বি আংলঙত পুনৰ গঠন হল
National Socialist Council of Karbi Longri (NSCK) নামেৰে এটা নতুন উগ্ৰপন্থী সংগঠন। কাৰ্বি আংলং আৰক্ষীৰ অভিযানত আটক সংগঠনটোৰ অধ্যক্ষসহ তিনিজন সদস্যক।উগ্ৰপন্থী বিৰোধী অভিযানত গুলিবিদ্ধ সংগঠনটোৰ স্বয়ম্ভূ অধ্যক্ষ পবিত্ৰ শইকীয়া ওৰফে টেৰণ।ৰাহুল টকবি আৰু ডেভিড ইংতি নামৰ আন দুই সদস্যকো আটক।ধৃত সংগঠনটোৰ সদস্যকেইজনৰ পৰা তিনিটা পিষ্টল, তিনিটা মেগজিন আৰু ২১ জাঁই সজীৱ গুলি উদ্ধাৰ কৰে আৰক্ষীয়ে।আহত সংগঠনটোৰ স্বয়ম্ভূ অধ্যক্ষগৰাকীক উন্নত চিকিৎসাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
শান্তি প্ৰক্ৰিয়াৰ মাজতে কাৰ্বি পাহাৰত পুনৰ অশান্তিৰ বীজ!
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like