২৬/১১ৰ অভিযুক্ত তাহাউৰ ৰাণাক ভাৰতলৈ প্ৰত্যাৰ্পণ।

নিউজ ডেস্ক:

২৬/১১ৰ অভিযুক্ত তাহাউৰ ৰাণাক ভাৰতলৈ প্ৰত্যাৰ্পণ।২০০৮ চনৰ মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত জড়িত থকাৰ বাবে বিচাৰি থকা পাকিস্তানী মূলৰ কানাডাৰ কাৰাবন্দী ব্যৱসায়ী তাহাউৰ ৰানাক ভাৰতলৈ প্ৰত্যাৰ্পণৰ ৰায়দান দিছে কেলিফৰ্ণিয়াৰ আদালতে । ১৬ মে’ত লছ এঞ্জেলছৰ চেণ্ট্ৰেল ডিষ্ট্ৰিক্ট আদালতৰ ন্যায়াধীশ জেকলিন চুলজিয়ানে দিয়ে এই ৰায়দান। ২০০৮ চনত পাকিস্তানস্থিত লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা ২৬/১১ আক্ৰমণত ৬২ বছৰীয়া তাহাউৰ ৰানাৰ ভূমিকা সম্পৰ্কে ভাৰতৰ তদন্ত অব্যাহত আছে।।

You might also like
Leave A Reply

Your email address will not be published.