২ কোটিৰো অধিক মূল্যৰ অবৈধ বিদেশী চিগাৰেট জব্দ!

মিজোৰাম আৰক্ষীৰ বৃহৎ সাফল্য । মিজোৰামত জব্দ ২ কোটিৰো অধিক মূল্যৰ অবৈধ বিদেশী চিগাৰেট। মিজোৰামৰ কাষ্টম প্ৰিভেণ্টিভ ফ’ৰ্চ আৰু চম্ফাইৰ আছাম ৰাইফলছৰ এক যুটীয়া অভিযানত বিদেশী চিগাৰেটখিনি জব্দ কৰা হয় । অভিযানত মুঠ ২০০ পেকেট বিদেশী চিগাৰেট জব্দ। জব্দকৃত চিগাৰেটখিনিৰ মূল্য প্ৰায় ২ কোটি ৬০ লাখ টকা । মিজোৰামৰ চম্ফাই জিলাৰ টাংচাম অঞ্চলত বিদেশী চিগাৰেটখিনি জব্দ কৰা হয় । জব্দকৃত চিগাৰেটসমূহ চম্ফাই জিলা প্ৰশাসনক হস্তান্তৰ কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.