ক’ভিড আপডেট

নিউজ ডেস্ক—ৰাজ্যত অপৰিৱৰ্তিত কোভিড পৰিস্থিতি। বিগত ২৪ ঘন্টাত নতুনকৈ ক‘ভিডত আক্ৰান্ত হৈছে ৬,৯৮২ গৰাকী লোক। ইয়াৰে ১,৪৯১ আক্ৰান্ত গুৱাহাটী মহানগৰীৰ। মৃত্যু ১১ গৰাকী আক্ৰান্তৰ।পজিটিভিটীৰ হাৰ ১০.৭৫ শতাংশ। আৰোগ্যৰ হাৰ ৯৫.১৮ শতাংশ।

আনহাতে দেশত ভয়াবহ গতিত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা ২,৩৮,০১৮ গৰাকী । মৃত্যুমুখত পৰিছে ৩১০ গৰাকী আক্ৰান্ত। পজিটিভিটীৰ হাৰ ১৪.৪৩ শতাংশ।

You might also like
Leave A Reply

Your email address will not be published.