ৰাজ্যত ১২.৮৮ শতাংশলৈ বাঢ়িল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ৮,৩৩৯গৰাকী। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ১৫ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১,৯২৯লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৩লাখ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৪৯১গৰাকী।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.