ৰাজ্যত হ্ৰাস পাইছে ক’ভিডৰ সংক্ৰমণ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ২,২৭৭গৰাকী। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ১৩ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ৭৭১লোক।পজিটিভিটিৰ হাৰ ১২.৫৭ শতাংশ। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৩,০৬,০৬৪ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৪৩৯গৰাকী।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.