ক’ভিড আপডেট

নিউজ ডেস্ক— ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘন্টাত নতুনকৈ ক‘ভিডত আক্ৰান্ত হৈছে ৪,১৪৯ গৰাকী লোক। ইয়াৰে ৯৯৮ আক্ৰান্ত গুৱাহাটী মহানগৰীৰ। মৃত্যুমুখত পৰিছে ১৯ গৰাকী আক্ৰান্ত।পজিটিভিটীৰ হাৰ ৯.৬১ শতাংশ। আৰোগ্যৰ হাৰ ৯৩.০০ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা ২,৮৫,৯১৪ গৰাকী । মৃত্যুমুখত পৰিছে ৬৬৫ গৰাকী আক্ৰান্ত।পজিটিভিটীৰ হাৰ ১৬.১৬ শতাংশ।

You might also like
Leave A Reply

Your email address will not be published.