আজি ১৫ জুন

➡️১৬৫৯ চনৰ আজিৰ দিনটোতে ঔৰংজেৱৰ আনুষ্ঠানিকভাৱে আগ্ৰাৰ সিংহাসনত আৰোহণ।
➡️১৮৫৪ চনৰ এই দিনটোতে কলকাতাৰ প্ৰসিদ্ধ প্ৰেছিডেন্সী কলেজ প্ৰতিষ্ঠা কৰা হৈছিল।
➡️১৮৫৯ চনৰ ১৫ জুন তাৰিখে আনন্দৰাম ঢেকিয়াল ফুকনৰ মৃত্যু হৈছিল।
➡️১৯১৬ চনৰ আজিৰ দিনটোতে মাৰ্কিন সমাজ-বিজ্ঞানী তথা অৰ্থনীতিবিদ হাৰ্বাৰ্ট আলেকজেণ্ডাৰ ছিমনৰ জন্ম হৈছিল। ছিমনে ১৯৭৮ চনত অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৮৪৩ চনৰ এই দিনটোতে কুশল কোঁৱৰৰ ফাঁচি হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.