ভাৰতত প্ৰথমবাৰৰ বাবে বৃহৎ পৰিমানৰ লিথিয়ামৰ ভাণ্ডাৰ উদ্ধাৰ

জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত ছালাল-হাইমানা অঞ্চলত উদ্ধাৰ এই বৃহৎ পৰিমানৰ লিথিয়াম। প্ৰায় ৫৯ লাখ টনৰ লিথিয়াম উদ্ধাৰ ভাৰতীয় ভূতাত্ত্বিক জৰীপৰ। খবৰটো সদৰি কৰে কেন্দ্ৰীয় খনি মন্ত্ৰালয়ে।

ভাৰতত প্ৰথমবাৰৰ বাবে বৃহৎ পৰিমানৰ লিথিয়ামৰ ভাণ্ডাৰ উদ্ধাৰ । জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত ছালাল-হাইমানা অঞ্চলত উদ্ধাৰ এই বৃহৎ পৰিমানৰ লিথিয়াম। প্ৰায় ৫৯ লাখ টনৰ লিথিয়াম উদ্ধাৰ ভাৰতীয় ভূতাত্ত্বিক জৰীপৰ। খবৰটো সদৰি কৰে কেন্দ্ৰীয় খনি মন্ত্ৰালয়ে। উল্লেখ্য যে, লিথিয়াম অলৌহ ধাতু আৰু ইভি বেটাৰীৰ অন্যতম মূল উপাদান। মন্ত্ৰালয়ৰ তথ্য অনুসৰি লিথিয়াম আৰু গোল্ডকে ধৰি ৫১টা খনিজ ব্লক নিজ নিজ ৰাজ্য চৰকাৰক গতাই দিয়া হয়।।

You might also like
Leave A Reply

Your email address will not be published.