মণিপুৰৰ মৰেহৰ সমীপত দুটা প্ৰচণ্ড বোমা বিস্ফোৰণ!

নৰ্থ-ইষ্ট ডেস্ক:

ভাৰত-ম্যানমাৰ সীমান্তৰ মণিপুৰৰ মৰেহৰ সমীপত সংঘটিত হয় দুটা প্ৰচণ্ড বোমা বিস্ফোৰণ। ভাৰত-ম্যানমাৰৰ মণিপুৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা মাত্ৰ ১৫০ মিটাৰ দূৰত্বত ম্যানমাৰৰ ভূখণ্ডৰ ভিতৰত সংঘটিত হয় এই দুটা বোমা বিস্ফোৰণ।মণিপুৰস্থিত এটা নিষিদ্ধ গোটৰ মুখ্য কাৰ্যালয়ত সংঘটিত হোৱা এই বোমা বিস্ফোৰণৰ ফলত নিহত এটা উগ্ৰপন্থী। আনহাতে, নিষিদ্ধ গোটটোৰ স্বয়ম্ভু কৰ্ণেল আৰু স্বয়ম্ভু লেফটেনেণ্ট কৰ্ণেলকে ধৰি আন ৭ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে।ম্যানমাৰৰ সাগাইং অঞ্চলৰ থংগ্ৰেনত মণিপুৰস্থিত উগ্ৰপন্থী সংগঠন এটাৰ ওপৰত পিপলছ ডিফেন্স ফৰ্চ (পিডিএফ) আৰু কুকি ৰাষ্ট্ৰীয় সেনাৰ সংযুক্ত দলে(কেএনএবি) এই আক্ৰমণ সংঘটিত কৰা বুলি জানিব পৰ- গৈছে। ঘটনাটোৰ পিছতে মণিপুৰত সষ্টম হৈ পৰিছে ভাৰতীয় নিৰাপত্তা সংস্থাসমূহ।

  • মণিপুৰস্থিত এটা নিষিদ্ধ গোটৰ মুখ্য কাৰ্যালয়ত সংঘটিত হোৱা এই বোমা বিস্ফোৰণৰ ফলত নিহত এটা উগ্ৰপন্থী।
  • আনহাতে, নিষিদ্ধ গোটটোৰ স্বয়ম্ভু কৰ্ণেল আৰু স্বয়ম্ভু লেফটেনেণ্ট কৰ্ণেলকে ধৰি আন ৭ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে।
  • ম্যানমাৰৰ সাগাইং অঞ্চলৰ থংগ্ৰেনত মণিপুৰস্থিত উগ্ৰপন্থী সংগঠন এটাৰ ওপৰত পিপলছ ডিফেন্স ফৰ্চ (পিডিএফ) আৰু কুকি ৰাষ্ট্ৰীয় সেনাৰ সংযুক্ত দলে(কেএনএবি) এই আক্ৰমণ সংঘটিত কৰা বুলি জানিব পৰ- গৈছে।
  • ঘটনাটোৰ পিছতে মণিপুৰত সষ্টম হৈ পৰিছে ভাৰতীয় নিৰাপত্তা সংস্থাসমূহ।

ভাৰত-ম্যানমাৰ সীমান্তৰ মণিপুৰৰ মৰেহৰ সমীপত সংঘটিত হয় দুটা প্ৰচণ্ড বোমা বিস্ফোৰণ। ভাৰত-ম্যানমাৰৰ মণিপুৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা মাত্ৰ ১৫০ মিটাৰ দূৰত্বত ম্যানমাৰৰ ভূখণ্ডৰ ভিতৰত সংঘটিত হয় এই দুটা বোমা বিস্ফোৰণ।

মণিপুৰস্থিত এটা নিষিদ্ধ গোটৰ মুখ্য কাৰ্যালয়ত সংঘটিত হোৱা এই বোমা বিস্ফোৰণৰ ফলত নিহত এটা উগ্ৰপন্থী। আনহাতে, নিষিদ্ধ গোটটোৰ স্বয়ম্ভু কৰ্ণেল আৰু স্বয়ম্ভু লেফটেনেণ্ট কৰ্ণেলকে ধৰি আন ৭ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে।ম্যানমাৰৰ সাগাইং অঞ্চলৰ থংগ্ৰেনত মণিপুৰস্থিত উগ্ৰপন্থী সংগঠন এটাৰ ওপৰত পিপলছ ডিফেন্স ফৰ্চ (পিডিএফ) আৰু কুকি ৰাষ্ট্ৰীয় সেনাৰ সংযুক্ত দলে(কেএনএবি) এই আক্ৰমণ সংঘটিত কৰা বুলি জানিব পৰ- গৈছে। ঘটনাটোৰ পিছতে মণিপুৰত সষ্টম হৈ পৰিছে ভাৰতীয় নিৰাপত্তা সংস্থাসমূহ।

ভাৰত-ম্যানমাৰ সীমান্তৰ মণিপুৰৰ মৰেহৰ সমীপত সংঘটিত হয় দুটা প্ৰচণ্ড বোমা বিস্ফোৰণ। ভাৰত-ম্যানমাৰৰ মণিপুৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা মাত্ৰ ১৫০ মিটাৰ দূৰত্বত ম্যানমাৰৰ ভূখণ্ডৰ ভিতৰত সংঘটিত হয় এই দুটা বোমা বিস্ফোৰণ।মণিপুৰস্থিত এটা নিষিদ্ধ গোটৰ মুখ্য কাৰ্যালয়ত সংঘটিত হোৱা এই বোমা বিস্ফোৰণৰ ফলত নিহত এটা উগ্ৰপন্থী। আনহাতে, নিষিদ্ধ গোটটোৰ স্বয়ম্ভু কৰ্ণেল আৰু স্বয়ম্ভু লেফটেনেণ্ট কৰ্ণেলকে ধৰি আন ৭ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে।

ম্যানমাৰৰ সাগাইং অঞ্চলৰ থংগ্ৰেনত মণিপুৰস্থিত উগ্ৰপন্থী সংগঠন এটাৰ ওপৰত পিপলছ ডিফেন্স ফৰ্চ (পিডিএফ) আৰু কুকি ৰাষ্ট্ৰীয় সেনাৰ সংযুক্ত দলে(কেএনএবি) এই আক্ৰমণ সংঘটিত কৰা বুলি জানিব পৰ- গৈছে। ঘটনাটোৰ পিছতে মণিপুৰত সষ্টম হৈ পৰিছে ভাৰতীয় নিৰাপত্তা সংস্থাসমূহ।

You might also like
Leave A Reply

Your email address will not be published.