উইম্বলডনত খিতাপ দখল এশ্লেইগ বাৰ্টিৰ

স্পৰ্টছ ডেস্ক, এন ই ভাৰত-

অষ্ট্ৰেলিয়াৰ এশ্লেইগ বাৰ্টিয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ’ল উইম্বলডনত মহিলাৰ একক খিতাপ। ফাইনেলত অষ্ট্ৰেলিয়াৰ এশ্লেইগ বাৰ্টিয়ে কাৰোলিনা প্লিচকোভাক ৬-৩ ৬-৭(৪) ৬-৩ ব্যৱধানত পৰাস্ত কৰি উইম্বলডনৰ একক খিতাপ জয় কৰে। উইম্বলডনত একক খিতাপ জয় কৰা প্ৰথম গৰাকী অষ্ট্ৰেলিয়ান মহিলা হিচাপে পৰিগণিত হয় এশ্লেইগ বাৰ্টি।

You might also like
Leave A Reply

Your email address will not be published.