কামাখ্যাত অভিনেত্ৰী ছাৰা আলী খান

পুৱাতেই শক্তিপীঠ কামাখ্যা ধামত বলীউদৰ মোহময়ী অভিনেত্ৰী ছাৰা আলী খান। নিজৰ পৰৱৰ্তী ছবি ‘বীৰাংগনা’ৰ শ্বুটিঙৰ বাবে গুৱাহাটীলৈ আহিছে ছাৰা।মান্দাকাটাৰ কমাণ্ডা বেটেলিয়ানৰ বাকৰিত অসম আৰক্ষীৰ এজাক ‘বীৰাংগনা’ৰ সৈতে শ্বুটিং সম্পন্ন কৰি আজি মা কামাখ্যাৰ আশীষ ল’লে মোহময়ী অভিনেত্ৰী গৰাকীয়ে।।

You might also like
Leave A Reply

Your email address will not be published.