আভ্যন্তৰীণ সংঘৰ্ষত নিহত বীৰাপ্পান!

কাৰ্বি আংলঙৰ বোকাজানত আভ্যন্তৰীণ সংঘৰ্ষত নিহত হয় উগ্ৰপন্থী সংগঠন ইউনাইটেড পিপলছ ৰিভলিউচন ফ্ৰণ্ট (UPRF)ৰ মুৰব্বী মাংগিন খালহা। নিজৰ মাজতে হোৱা গুলীয়াগুলীত নিহত উগ্ৰপন্থী নেতাজন বীৰাপ্পান নামেৰে পৰিচিত আছিল।

দেওবাৰে এই ঘটনা সংঘটিত হৈছিল বোকাজানৰ খেংপিবং নামৰ এটা অতি দুৰ্গম স্থানত।।

You might also like
Leave A Reply

Your email address will not be published.