‘৮৩ৰ বিশ্বজয়ী ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা যশপাল শৰ্মাৰ মৃত্যু

স্পৰ্টছ ডেস্ক, এন ই ভাৰত

১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম নায়ক যশপাল শৰ্মাই হৃদৰোগত আক্ৰান্ত হৈ আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে। পুৱা খোজকাঢ়ি ঘৰলৈ অহাৰ পিছত প্ৰায় ৭:৪০ বজাত তেওঁৰ হাৰ্ট এটেক হয়।

তেওঁ ৩৭ খন টেষ্ট মেচত ভাৰতক প্ৰতিনিধিত্ব কৰি দুটা শতকসহ ১৬০৬ ৰাণ সংগ্ৰহ কৰিছিল। যশপাল শৰ্মাই ভাৰতৰ হৈ ৪২ খন এদিনীয়া খেলতো অংশগ্ৰহণ কৰিছিল।

You might also like
Leave A Reply

Your email address will not be published.