▶️১৮৮৩ চনৰ আজিৰ দিনটোতেই স্বামী দয়ানন্দ সৰস্বতীৰ দেহাৱসান ঘটিছিল।
▶️১৮৬৪ চনৰ আজিৰ দিনটোতেই অষ্ট্ৰিয়াৰ সম্ৰাটৰ লগত প্ৰুছিয়া আৰু ডেনমাৰ্কৰ ৰজাৰ এক শান্তি চুক্তি স্বাক্ষৰিত। বিশ্ব ইতিহাসত এই চুক্তি ‘ভিয়েনা চুক্তি’ নামে প্ৰসিদ্ধ।
▶️১৯০৯ চনৰ এই দিনটোতেই ভাৰতীয় বিজ্ঞানী হোমি জাহাংগীৰ ভাবাৰ জন্ম হৈছিল।
▶️১৯৪৫ চনৰ এই দিনটোতেই ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল ভাৰত।
▶️১৯৫৬ চনৰ এই দিনটোতেই দিল্লীত অশোক হোটেল মুকলি।
▶️১৯৬০ চনৰ এই দিনটোতেই আৰ্জেন্টিনাৰ ফুটবল কিংবদন্তি ডিয়েগো মাৰাডোনাৰ জন্ম হৈছিল।
▶️১৯৯০ চনৰ আজিৰ দিনটোতেই ভাৰতীয় জনতা পাৰ্টী আৰু বিশ্ব হিন্দু পৰিষদৰ অযোধ্যাৰ বাবৰি মছজিদ ভাঙি তাত ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ উদ্যোগ গ্ৰহণ। কেন্দ্ৰীয় চৰকাৰ আৰু দেশৰ প্ৰগতিশীল দলসমূহৰ বিৰোধিতাত এই প্ৰচেষ্টা সফল নহ’ল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ৩০ অক্টোবৰ
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Next Post
You might also like