ক’ভিড আপডেট


নিউজ ডেস্ক, এন ই ভাৰত

ৰাজ্যত ১.৪০ লৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ১,৭৮২ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ২৪ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১৭৪ জন লোক।সুস্থ হৈ ঘৰলৈ উভতিছে ২,৬৫৬। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৩৮,১০৯ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৫৬০।

You might also like
Leave A Reply

Your email address will not be published.