ফণীভূষণৰ গাড়ী চুৰ কৰিছিল কোনে?

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

বিধান সভাৰ চৌহদৰ পৰা চুৰি হ’ল বঙাইগাঁৱৰ বিধায়ক, প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ গাড়ী।গাড়ী চোৰৰ এজন ৰকিবুল হুছেইনৰ গাড়ী চালক।ঘটনাটো পোহৰলৈ আহিল ফণীভূষণ চৌধুৰীৰ গাড়ীখন চুৰ কৰি নিয়া ৩ গাড়ী চোৰক আটক কৰাৰ পাছতেই। ধৃত গাড়ী ৩ গাড়ী চোৰ ক্ৰমে আৰিফুল আলী,হাৰেছ আলী আৰু ছফিকুল আহমেদ। ইয়াৰে আৰিফুল বোলাজন ফণীভূষণ চৌধুৰীৰেই পূৰ্বৰ গাড়ী চালক।আনহাতে ছফিকুলে গাড়ী চলাই ৰকিবুল হুছেইনৰ।।

You might also like
Leave A Reply

Your email address will not be published.