UGCৰ শৈক্ষিক পঞ্জী ঘোষণা

UGCৰ ২০২১-২২ বৰ্ষৰ শৈক্ষিক পঞ্জী ঘোষণা কৰা হৈছে। ৩১ আগষ্টৰ ভিতৰত চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ নিৰ্দেশ। ৩০ ছেপ্টেম্বৰৰ ভিতৰত সম্পন্ন কৰিব লাগিব স্নাতক আৰু স্নাতকোত্তৰ প্ৰথম পৰ্যায়ৰ নামভৰ্তি। ১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব নতুন শিক্ষা বৰ্ষ। সকলো মহাবিদ্যালয়,বিশ্ববিদ্যালয়লৈ এই নিৰ্দেশ বিশ্ববিদ্যালয় অনুদান আয়োগৰ।।

You might also like
Leave A Reply

Your email address will not be published.