নিউজ ডেস্ক, এন ই ভাৰত-
ৰাজ্যত ১.২৯ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ১,৭২৭ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ২৩ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ২৫০ জন লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৪১,২৭৭ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৫১১ গৰাকী।।