ক’ভিড আপডেট

নিউজ ডেস্ক, এন ই ভাৰত-


ৰাজ্যত সামান্য হ্ৰাস পাইছে কোভিড সংক্ৰমণ। বিগত ২৪ ঘন্টাত কৰ’নাত আক্ৰান্ত হৈছে ১,৩২৯ গৰাকী। কৰ’নাত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ১৫ গৰাকী লোকৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১৭৯ গৰাকী লোক। ৰাজ্যত কোভিড সংক্ৰমণৰ হাৰ ১.৮৬ শতাংশ।

দেশত হ্ৰাস পাইছে কোভিডৰ সংহাৰ। বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা হৈছে ৪১,১৫৭ গৰাকী লোক। মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৫১৮ গৰাকী। সুস্থ হৈ ঘৰলৈ উভতিছে মুঠ ৩০,৩০০,৭৬২ গৰাকী লোক।।

You might also like
Leave A Reply

Your email address will not be published.