কাইলৈৰ পৰা ৰাজ্যত কি নতুন নিয়ম?

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

????মঙলবাৰে পুৱা ৫ বজাৰ পৰা প্ৰযোজ্য হ’ব নতুন SOP
????ইছলাম ধৰ্মাৱলম্বী লোকসকলক ঈদত ঘৰতে নামাজ পঢ়াৰ আহ্বান
???? মছজিদত ৫ জনক নামাজ পঢ়িবলৈ অনুমতি
????পূৰ্বৰ দৰেই থাকিব গুৱাহাটী মহানগৰীৰ নীতি-নিৰ্দেশনা
????এসপ্তাহৰ পাছত পৰিস্থিতি সাপেক্ষে ল’ব সিদ্ধান্ত
???? প্ৰয়োজনত ঘৰে ঘৰে OXYGEN যোগানৰ ব্যৱস্থা কৰা হ’ব
????৫ খন জিলাত সম্পূৰ্ণ সান্ধ্য আইন
????গোলাঘাট, যোৰহাট, লখিমপুৰত,বিশ্বনাথ আৰু শোণিতপুৰত সম্পূৰ্ণ সান্ধ্য আইন
????জিলাকেইখনত ৫ বজালৈ খোলা থাকিব গেলামাল দোকান
???? মৰিগাঁও আৰু গোৱালপাৰাত কিছু শিথিল কৰা হৈছে
????জিলা দুখনত ১ বজাৰ পৰা ৰাতিপুৱা ৫ বজালৈ কন্টেইনমেন্ট জ’ন
???? বাকী ২৭ জিলাত শিথিল সান্ধ্য আইন
????বিয়লি ৫ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন
???? ২৭ জিলাত ৪ বজালৈ খোলা থাকিব দোকান-বজাৰ
????পুনৰ এসপ্তাহলৈ আন্তঃজিলা যাতায়ত বন্ধ ।।

You might also like
Leave A Reply

Your email address will not be published.