⏩১৯৭৭ চনত কেন্দ্ৰত চৰকাৰ সলনি হোৱাৰ বাবে ১৯৮০ চনলৈকে পদ্ম সন্মান প্ৰদান বন্ধ ঘোষণা।
⏩১৯৯৫ চনত সাহিত্যিক, ভাৰতীয় জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম মহিলা আশাপূ্ৰ্ৰণা দেৱীৰ মৃত্যু।
⏩১৮১২ চনত বিশিষ্ট জাৰ্মান জ্যোতিৰ্বিদ হেইনৰিখ লুই দা আৰেষ্টৰ মৃত্যু।তেৱেঁই প্ৰথম নেপচুন গ্ৰহৰ সন্ধান পাইছিল।
⏩১৯২১ চনত ফৰাচী বিজ্ঞানী গেব্ৰিয়েল লিপমানৰ মৃত্য।১৯০৮ চনত তেওঁ পদাৰ্থবিদ্যৰ নোবেল বঁটা লাভ কৰিছিল।
⏩১৯০৫ চনত কলকাতাৰ পৰা প্ৰকাশিত ‘শান্তিবন’ পত্ৰিকাত প্ৰথমবাৰৰ বাবে ব্ৰিটিছ পণ্য বৰ্জনৰ আহ্বান।
⏩১৯৯৮ চনত বিশ্বকাপ ফুটবলত ছটা গ’ল দিয়াৰ স্বাকৃতি স্বৰূপ ক্ৰ’ৱেচিয়াৰ খেলুলৈ ডেভৰ ছুকেৰৰ গ’ল্ডেন বুট’ লাভ ।
⏩২০০৪ চনত প্ৰবল বানৰ ফলত ভাৰতৰ পূৰ্বাঞ্চল আৰু উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ ৫০ লাখৰো অধিক লোৰ ক্ষতিগ্ৰস্ত।