আজি ১৪ জুলাই

আজি ১৪ জুলাই

➡️ফ্ৰান্সৰ ৰাষ্ট্ৰীয় দিৱস।
➡️১৭৮৯ ফৰাচী বিপ্লৱৰ সূচনা। ফৰাচী জনতাৰ বাস্তিল দুর্গ অধিকাৰ।
➡️১৯১৮ আন্তর্জাতিক খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক ইংগাৰ বাৰ্গমেনৰ ছুইডেনত জন্ম। ১৯৪২ মহাত্মা গান্ধীৰ ‘ভাৰত ত্যাগ’ আন্দোলনৰ প্ৰস্তাৱ কংগ্রেছ ৱৰ্কিং কমিটীৰ গ্ৰহণ।
➡️১৯২১ ব্রিটিছ ৰসায়নবিদ ছাৰ জিঅ’ফ্রে উইলকিন্‌নৰ জন্ম। ১৯৭৩ চনত তেওঁ ৰসায়ন-বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।
➡️১৯৫৪ নোবেল জয়ী স্পেনিছ নাট্যকাৰ জে বেনাভেণ্টৰ মৃত্যু।
➡️১৯২২ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৮৩ তেলুগু কবি শ্ৰীৰংগম শ্রীনিৱাস ৰাওৰ ৭৩ বছৰ বয়সত মৃত্যু।
➡️২০০১ আগ্রা শীর্ষ বৈঠকত ভাগ লোৱাৰ উদ্দেশ্যে পাকিস্তানৰ ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফৰ ভাৰত আগমন।
➡️২০০১ নেপালৰ সেনাৰ সৈতে হোৱা সংঘৰ্ষত ১৬০জন মাওবাদী নিহত।
➡️২০০২ কবি-সাহিত্যিক নৱকান্ত বৰুৱাৰ মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.