১৬৫৮ চনত ঔৰংজেব মোগল সম্ৰাট ।
১৮৮০ চনত ভাৰতীয় সাহিত্যিক মুন্সী প্ৰেমচান্দৰ জন্ম ।
১৯১২ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা এলেন অক্টোভিয়ান হিউমৰ জন্ম ।
১৯৩৩ চনত পুণেৰ পৰা মহাত্মা গান্ধীৰ ‘হৰিজন’ পত্ৰিকাৰ প্ৰথম প্ৰকাশ । (১ ফেব্ৰুৱাৰী) এই বছৰৰ পৰাই মহাত্মা গান্ধীৰ পৰামৰ্শ মতে সবৰমতী আশ্ৰমক ‘হৰিজন আশ্ৰম’ৰূপে নামকৰণ কৰা হয় । মহাত্মা গান্ধীৰ সবৰমতী আশ্ৰম ত্যাগ । (মাজনিশা, ৩১ জুলাই) ।
১৯৪৭ চনত অভিনেত্ৰী মমতাজৰ জন্ম।
১৯৭০চনত নটসূৰ্য্য ফণী শৰ্মাৰ মৃত্যু ।
১৯৮০ চনত হিন্দী ছবিৰ যশস্ৱী নেপথ্য গায়ক মহম্মদ ৰফিৰ মৃত্য়ু ।
১৯৯৮ চনত লোকসভাৰ প্ৰচাৰ ভাৰতী আইন গ্ৰহণ ।
২০০৪ চনত তুলসী দাসক ২০০৪ চনৰ নাট্যাচাৰ্য বঁটা প্ৰদান ।
২০০৪ চনত অসমৰ অন্যতম চিনেমাটোগ্ৰাফাৰ, পৰিচালক অজান বৰুৱাৰ মৃত্যু ।