ৰিঙত নমাৰ পূৰ্বেই অগ্ৰগতি লাভলীনাৰ

স্পৰ্টছ ডেস্ক-

টকিঅ’ অলিম্পিকৰ ৰিঙত নমাৰ পূৰ্বেই অগ্ৰগতি অসম কণ্যা লাভলীনাৰ। ২৪ জুলাইত অনুষ্ঠিত হ’ব লগা প্ৰথমখন খেলত প্ৰতিপক্ষৰ খেলুৱৈৰ নেখেলাৰ সিদ্ধান্তত বাই পালে লাভলীনা বৰগোহাঁয়ে। অহা ২৭ জুলাইত পোনপটিয়াকৈ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত খেলাৰ সুযোগ লাভ কৰিলে লাভলীনাই।জাৰ্মানীৰ বিৰুদ্ধে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ’ব অসম কণ্যা।।

You might also like
Leave A Reply

Your email address will not be published.