আজি ২৩ ছেপ্টেম্বৰ

আজি ২৩ ছেপ্টেম্বৰ

➡️বছৰৰ দিন-ৰাতি সমান দিন।
➡️১৮৩৯ অষ্ট্ৰিয়াৰ মনোবিজ্ঞানী ছিগমণ্ড ফ্রয়ডৰ জন্ম। ১৮৪৬ ফৰাচী বিজ্ঞানী, গণিতজ্ঞ উৰবেইন লেভেৰিয়াৰৰ নেপচুন গ্রহ আৱিষ্কাৰ।
➡️১৮৬২ প্রসিদ্ধ ৰাজনীতিবিদ শ্রীনিৰাস শাস্ত্ৰীৰ জন্ম।
➡️১৯০১ চেকোশ্লোভাকিয়াৰ যশস্বী কবি ইয়াৰোশ্লাভ ছাইফাৰ্টৰ জন্ম। চেকোশ্লোভাকিয়াৰ তেৱেই প্রথম সাহিত্যত নোবেল বঁটা লাভ কৰে।
➡️১৯৪৯ ছোভিয়েট ৰাছিয়াৰ প্ৰথম পাৰমাণৱিক বোমাৰ বিস্ফোৰণ।
➡️১৯৬৫ ভাৰত-পাকিস্তানৰ মাজত যুদ্ধবিৰতি।
➡️১৯৭২ বিশিষ্ট কবি পাল্লো নেৰুডাৰ (প্রকৃত নাম কেফতালি ৰিকার্ডো ৰেইছ বাছোৱালটো) মৃত্যু।
➡️১৯৯৭ ভাৰতৰ প্ৰথম স্থল ক্ষেপণাস্ত্র পৃথ্বীৰ সফল পৰীক্ষণ।
➡️২০০১ ভাৰত আৰু পাকিস্তানৰ ওপৰত থকা আমেৰিকাৰ
➡️অর্থনৈতিক নিষেধাজ্ঞা প্রত্যাহাৰ।
➡️২০০১ ৱৰ্ল্ড ট্রেড চেণ্টাৰৰ ঘটনাত মৃতকৰ সংখ্যা ৬,০০০ চৰকাৰীভাৱে আমেৰিকাৰ ঘোষণা।
➡️২০০৩ নিউয়র্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সন্মিলন আৰম্ভ।

You might also like
Leave A Reply

Your email address will not be published.