নিউয়ৰ্কত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

নিউয়ৰ্কত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

নিউয়ৰ্কত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
নেপালৰ প্ৰধানমন্ত্ৰী, পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি,
কুৱেইটৰ ক্ৰাউন প্ৰিন্সৰ সৈতে বৈঠকত মিলিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
পেলেষ্টাইনৰ শান্তি আৰু স্থিতিশীলতা আগতীয়াকৈ পুনৰুদ্ধাৰৰ বাবে ভাৰতৰ সমৰ্থন
দীৰ্ঘদিনীয়া বন্ধুত্ব আৰু অধিক শক্তিশালী কৰাৰ ওপৰত মত বিনিময় কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে
প্ৰধানমন্ত্ৰীয়ে “X”যোগে সদৰি কৰে এই কথা

ইপিনে, নেপালৰ প্ৰধানমন্ত্ৰী কে পি অলিৰ সৈতে বৈঠকত মিলিত হয় নৰেন্দ্ৰ মোডী
ভাৰত-নেপালৰ বন্ধুত্ব অতি শক্তিশালী
“আমি আমাৰ সম্পৰ্কত আৰু অধিক গতিশীলতা যোগ কৰিবলৈ আগ্ৰহী।
আমাৰ আলোচনাত শক্তি, প্ৰযুক্তি আৰু বাণিজ্যৰ দৰে বিষয়ৰ ওপৰত
গুৰুত্ব আৰোপ কৰা হৈছিল।’-এইদৰে “X”যোগে কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

You might also like
Leave A Reply

Your email address will not be published.