নিউজ ডেস্ক-
ৰাজ্যত ১.৪৫ লৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ১,০৫৪জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ২২ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১৫০ জন লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৩১,১৪৬ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৪১১ জন।।