ক’ভিড আপডেট

নিউজ ডেস্ক-


ৰাজ্যত ০.৯২ লৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ১,৫২৪জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ২৬জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ১৯৯ জন লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৩০,৮১১ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৪১৮ জন।

You might also like
Leave A Reply

Your email address will not be published.