কৰ্ণাটকত নতুন মুখ্যমন্ত্ৰী

বাসবৰাজ এছ বোম্মাই কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী ৰূপে নিৰ্বাচিত । তেওঁ বি এছ য়েদিয়ুৰাপ্পাৰ ঠাইত কৰ্ণাটকৰ ২০ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে নিযুক্ত হৈছে।

Related Posts

বিদায়ী য়েদিয়ুৰাপ্পা চৰকাৰৰ কেবিনেটত গৃহ বিভাগৰ লগতে সংসদীয় পৰিক্ৰমা আৰু আইন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

উল্লেখ্য যে,৬১ বছৰীয়া নেতাজন কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এছ আৰ বোম্মাইৰ পুত্ৰ।।

You might also like
Leave A Reply

Your email address will not be published.