লাভলীনাক পৰাস্ত কৰা বুছেনাজেই জিনিলে স্বৰ্ণ

অসমকণ্যা লাভলীনাক ছেমি ফাইনেলত পৰাস্ত কৰা বুছেনাজ চুৰমেনেলীয়েই জয় কৰিলে স্বৰ্ণ পদক। টকিঅ’ অলিম্পিকত আজি অনুষ্ঠিত মহিলাৰ বক্সিঙৰ ফাইনেলত টুৰ্কীৰ চুৰমেনেলীৰ হাতত ৩-০ৰ ব্যৱধানত পৰাস্ত হয় চীনৰ গো হং।ফাইনেলৰ পাছতে তিনিও পদক বিজেতাৰ শাৰীত ডিঙিত ব্ৰঞ্জৰ পদক লৈ উজলি উঠিল সমগ্ৰ দেশৰ গৌৰৱ অসম কণ্যা লাভলীনা বৰগোহাঁই।

You might also like
Leave A Reply

Your email address will not be published.