নিউজ ডেস্ক-
ৰাজ্যত অব্যাহত আছে ক’ৰণা সংক্ৰমণ। বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ আক্ৰান্ত হৈছে ৫৬৮ গৰাকী। মৃত্যু ১৫ গৰাকীৰ। মুঠ আক্ৰান্তৰ ১২৩ গৰাকী কামৰূপ মহানগৰ জিলাৰ। বিগত ২৪ ঘণ্টাত ৰাজ্যত সম্পন্ন হৈছিল ৫৮,৭২৮ টা ক’ভিড পৰীক্ষা । ৰাজ্যত সংক্ৰমণৰ হাৰ ০.৯৭% ।
আনহাতে দেশত বিগত ২৪ ঘণ্টাত ৩৬,০২৪ গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু ৪৭৭ গৰাকীৰ।।