ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত হ্ৰাস পাইছে ক’ভিডৰ জটিলতা। বিগত ২৪ ঘণ্টাত ৰাজ্যত ক’ৰণাত আক্ৰান্ত হৈছে ৭০৮ গৰাকী লোক। মৃত্যু ১৩ আক্ৰান্তৰ। মু্ঠ আক্ৰান্তৰ ১৬৪ গৰাকী কামৰূপ মহানগৰ জিলাৰ। বিগত ২৪ ঘণ্টাত আক্ৰান্তৰ হাৰ ০.৭১% । সুস্থতাৰ হাৰ হৈছে ৯৭.৬৩ শতাংশ।

আনহাতে বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্ত হৈছে ৩৪,২৮৮ গৰাকী আৰু মৃত্যু ৩৭৬ গৰাকীৰ।।

You might also like
Leave A Reply

Your email address will not be published.