ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত হ্ৰাস পাইছে ক’ভিডৰ সংহাৰ। বিগত ২৪ ঘণ্টাত ৰাজ্যত ক’ৰণাত আক্ৰান্ত হৈছে ৬৪০ গৰাকী লোক। মৃত্যু ১৫ আক্ৰান্তৰ। মু্ঠ আক্ৰান্তৰ ১২৬ গৰাকী কামৰূপ মহানগৰ জিলাৰ। বিগত ২৪ ঘণ্টাত আক্ৰান্তৰ হাৰ ০.৭৭% । সুস্থতাৰ হাৰ হৈছে ৯৭.৬৪ শতাংশ।

আনহাতে দেশত কমিছে কোভিডত আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্ত হৈছে ৩১,২০৩ গৰাকী। মৃত্যু হৈছে ৪০১ গৰাকী ৰোগীৰ।।

You might also like
Leave A Reply

Your email address will not be published.