দিশপুৰত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত
????️ধেমাজিৰ মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ অকাল মৃত্যুত শোক প্ৰকাশ কেবিনেটৰ
????️ফাষ্টট্ৰেক আদালতত হ’ব নন্দিতাৰ হত্যাৰ বিচাৰ
????️আজিৰ কেবিনেটত গ্ৰহন কৰা অন্যান্য সিদ্ধান্ত সমূহৰ অন্যতম অহা ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহৰ আনলক প্ৰক্ৰিয়া
????️উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণী সমূহৰ পাঠদান আৰম্ভ হ’ব ১ ছেপ্টেম্বৰৰ পৰা
????️অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন ৩ ছেপ্টেম্বৰ ‘ক্ৰীড়া দিৱস’ ৰূপে ঘোষণা
????️ক্ৰীড়া পেঞ্চন ৮ হেজাৰৰ পৰা ১০ হেজাৰ টকালৈ বৃদ্ধি
????️ক্ৰীড়াবিদলৈ এককালীন সাহাৰ্য্যৰ পৰিমাণ হ’ব ৫০ হেজাৰ টকা
????️নেচনেল গেমছ, কমনৱেলথ গেমছ আৰু অলিম্পিকত পদকজয়ীয়ে মাহে ১০ হেজাৰ টকাকৈ আজীৱন পাব সাহাৰ্য্য
????️ৰাজ্য চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ নতুন নাম হ’ব বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু বতৰ পৰিৱৰ্ত্তন বিভাগ।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Related Posts
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
You might also like