গুৱাহাটীৰ ৰেভ পাৰ্টীৰ মহানায়কক আটক

ব্যুৰ’ ৰিপৰ্ট-

Hotel Ruveria ৰ ক’কেইন পাৰ্টীৰ মূল অভিযুক্ত বিশাল চৌধুৰীক আটক। লতাশিল আৰক্ষীয়ে দিল্লীৰ পৰা আটক কৰে বিশাল চৌধুৰীক। অশোক বৰ্মনৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলায় লতাশিল আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় গুৱাহাটীলৈ ক’কেইন চাপ্লাই কৰা বিশালক। দিল্লীত আত্মগোপন কৰি থকা বিশাল অৱশেষত লতাশিল আৰক্ষীৰ জিম্মাত।।

You might also like
Leave A Reply

Your email address will not be published.