পেৰালিম্পিকত ভাৰতৰ প্ৰথমটো স্বৰ্ণ জয়

চলিত টকিঅ’ পেৰালিম্পিকত ভাৰতৰ প্ৰথমটো স্বৰ্ণ জয়।১০ মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙত ইতিহাস সৃষ্টি কৰি সোনৰ পদক জিনিবলৈ সক্ষম হ’ল ভাৰতৰ অৱনী লেখাৰাই।

আনহাতে ডিচকাছ থ্ৰ’ত ৰূপৰ পদক অৰ্জন কৰি পেৰালিম্পিকৰ পদক তালিকাত ভাৰতৰ আন এক সাফল্য অন্তৰ্ভুক্ত কৰিলে যোগেশ খাটুনিয়াই।।

You might also like
Leave A Reply

Your email address will not be published.