আজি অসম চুক্তিক লৈ মুখ্যমন্ত্ৰী-আছুৰ বৈঠক

কিছু সময়ৰ পাছতে অনুষ্ঠিত হ’ব ঐতিহাসিক অসম চুক্তি সন্দৰ্ভত আছু নেতৃত্বৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক। কইনাধৰাত বিয়লি ৩ বজাত এই বৈঠক অনুস্থিত হ’ব। সুদীৰ্ঘ ১৬ বছৰৰ মূৰত অনুস্থিত হ’ব অসম চুক্তিক লৈ মুখ্যমন্ত্ৰী পৰ্য্যায়ৰ বৈঠক। অন্তিমখন বৈঠক অনুস্থিত হৈছিল ২০০৫ চনৰ ২ মে’ত।।

You might also like
Leave A Reply

Your email address will not be published.