অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ ‘বিগ বি’ অমিতাভ বচ্চনৰ জনপ্ৰিয় অনুষ্ঠান ‘কৌন বনেগা কড়ৌৰপতি’ত প্ৰশ্ন। অমিতাভৰ প্ৰশ্ন- কি নামেৰে অসমত প্ৰসিদ্ধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? উত্তৰৰ চাৰিটা অপচনৰ মাজত আছিল ‘মামা’ শব্দটো।ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ কৰা অমিতাভৰ আমোদজনক প্ৰশ্ন ভাইৰেল হৈ পৰিছে চ’ছিয়েল মিডিয়াত।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
‘বিগ বি’ৰ জনপ্ৰিয় KBCত অসমৰ ‘মামা’!
You might also like