আজি ১১ ছেপ্টেম্বৰ

➡️ ১৮৯৩ চনৰ আজিৰ দিনটোতে স্বামী বিবেকানন্দই চিকাগোৰ ধৰ্ম মহাসন্মিলত ভাষণ প্ৰদান কৰিছিল।

➡️ ১৯৩৩ চনৰ ১১ ছেপ্টেম্বৰত ইংৰাজ সমাজসেৱিকা, সংস্কাৰ এনি বেছান্তৰ মৃত্যু হৈছিল ।

➡️ ১৯৪৮ চনৰ আজিৰ দিনটোতে মহম্মদ আলী জিন্নাৰ মৃত্যু হৈছিল ।

➡️ ২০০১ চনৰ ১১ ছেপ্টেম্বৰত সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণত নিউয়ৰ্কৰ ১১০ মহলীয়া ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ দুটা যুগ্ম টাৱাৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছিল।

➡️ ২০০৭ চনৰ আজিৰ দিনটোতে পৃথিৱীত প্ৰতিদিনে ৩,০০০ লোৈ আত্মহত্যা কৰে বুলি বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰিছিল ।

➡️ ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কোছৰ জন্ম হৈছিল ১৯১৭ চনৰ ১১ ছেপ্টেম্বৰত।

➡️ ১৮৮৫ চনৰ আজিৰ দিনটোতে ইংৰাজ ঔপন্যাসিক, কবি, গল্পকাৰ ডি এইচ লৰেন্সৰ ইংলেণ্ডত জন্ম হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.