বৰাকত জব্দ ৩ কয়লাভৰ্তি ট্ৰাক

বৰাকত অব্যাহত আছে কয়লা ছিণ্ডিকেট! হাইলাকান্দিৰ পাঁচগ্ৰামত নিশা জব্দ কয়লা ভৰ্ত্তি ট্ৰাক। মেঘালয়ৰ পৰা নথি-পত্ৰ অবিহনে অহা তিনিখন ট্ৰাক জব্দ হাইলাকান্দি আৰক্ষীৰ। বন বিষয়া,একাংশ আৰক্ষীৰ সহযোগত নিতৌ কয়লা সৰবৰাহৰ অভিযোগ।

You might also like
Leave A Reply

Your email address will not be published.